ভূৰাগাঁও সমবায় সমিতিৰ নতুন কমিটী গঠন
নিয়মীয়া বাৰ্তা, ২২ আগষ্ট : বহু জল্পনা-কল্পনাৰ অন্তত আজি মৰিগাঁও জিলাৰ ভূৰাগাঁও সমবায় সমিতিৰ নতুন কমিটী গঠন হয়। আজি নিৰ্বাচিত সঞ্চালক মণ্ডলীয়ে নতুন কমিটীৰ সভাপতি আৰু উপ-সভাপতি নিৰ্বাচিত কৰে। উল্লেখ্য যে যোৱা ৩১ জুলাইত ভূৰাগাঁও সমবায় সমিতিৰ সঞ্চালক মণ্ডলীৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ১৫গৰাকী সদস্য নিৰ্বাচিত হৈছিল। তেতিয়াৰ পৰা সভাপতি আৰু উপ-সভাপতিৰ…
Read More...