সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ তিনিচুকীয়াত আহোম সভাৰ সংবাদ মেল
বিশেষ বাৰ্তা, ২১ আগষ্ট : আজি তিনিচুকীয়াৰ হোটেল ময়ূৰজ্যোতিত সদৌ অসম আহোম সভাই এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলৰ জৰিয়তে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই প্ৰক্ৰিয়াই খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন কৰিব বুলি উল্লেখ কৰে সংবাদ মেলত। লগতে উল্লেখ কৰে যে বিজেপি চৰকাৰৰ পৰিকল্পনাতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে৷ আহোমক…
Read More...