২০১৪ৰ আগত দেশক গ্ৰাস কৰিছিল দুৰ্নীতি-কেলেংকাৰিয়ে : মোদী
বিশেষ বাৰ্তা, ২১ আগষ্টঃ বিৰোধীক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আজি ভূপালৰ চি এম ৰেইজ গৱৰ্নমেণ্ট মহাত্মা গান্ধী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱনিযুক্ত শিক্ষকৰ প্ৰশিক্ষণসহ অৰিয়েণ্টেচন কাৰ্যসূচীত ভাষণ দিয়ে। এই সময়ত তেওঁ বিৰোধীক লক্ষ্য কৰি কয় যে ২০১৪ চনৰ আগতে দেশত বৃহৎ পৰিসৰত কেলেংকাৰি আৰু দুৰ্নীতি সংঘটিত হৈছিল। এই সময়ছোৱাত মাথোঁ দেশত আছিল…
Read More...