বালিপৰাত পুনৰ বানৰ তাণ্ডৱ
🔹 জলমগ্ন দহখন গাঁও
🔹 বিধায়ক পদ্ম হাজৰিকাই উদ্ধাৰ কৰিলে ৰুগীয়া মহিলাক
নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট : শোণিতপুৰৰ বালিপৰা অঞ্চলত আজি পুনৰ বানৰ তাণ্ডৱ আৰম্ভ হৈছে । ৰাইজে জনোৱা অনুসৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিগত তিনি দিন ধৰি অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি অহা জৰাসৰ, মানশিৰি, কালনী নৈৰ বাঢ়নী পানীয়ে পুৱা ৬ মান বজাৰ পৰা বুৰাই…
Read More...