ঘোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত বৰপেটা সদৰৰ আৰক্ষী উপ-পৰিদৰ্শক-হোমগাৰ্ড
বাৰ্তা ব্যুৰো, ১২ আগষ্ট : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছত প্ৰায় প্ৰতিদিনেই ঘোচখোৰ-দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত ৷ কিন্তু ইমানৰ পিছতো একাংশ চৰকাৰী কৰ্মচাৰীয়ে সাধাৰণ ৰাইজৰ পৰা ঘোচ ল'বলৈ কুন্ঠাবোধ কৰা নাই ৷ আজি পুনৰ ঘোচ লোৱা অৱস্থাত দুৰ্নীতি নিবাৰক…
Read More...