ৰাজ্যত অব্যাহত হাত দঙা প্ৰতিযোগিতা শুভলক্ষণ নহয় : মুখ্যমন্ত্ৰী
👉সদ্যনিযুক্তিপ্ৰাপ্তক লগত এখনকৈ পিতৃ-মাতৃৰ ফটো ৰাখিবলৈ আহ্বান
👉 চৰকাৰী কামত বিলম্ব কৰিলেই প্ৰতিদিনে দৰমহাৰ পৰা কৰ্তন ১০০ টকাকৈ
👉 এক লাখ চাকৰিত দুৰ্নীতিৰ কোনো উপাদানেই নাই।
👉চৰকাৰৰ ডিজিটেল ব্যৱস্থাৰ ফলত ৰাইজৰ কষ্ট লাঘৱ হৈছে।
👉চৰকাৰী কাৰ্য্যালয়ত এতিয়াৰে পৰা নাথাকে এখনো কাগজ পৰি।
বিশেষ বাৰ্তা, ৫ আগষ্টঃ "বৰ্তমান হাত দঙাৰ প্ৰতিযোগিতা চলি…
Read More...