এজাক মুষলধাৰ বৰষুণতেই দৰ্পচূৰ্ণ শিৱসাগৰ পৌৰসভাৰ
নিয়মীয়া বাৰ্তা, ৪ আগষ্টঃ ঐতিহাসিক শিৱসাগৰ চহৰবাসীক সৰ্বতোপ্ৰকাৰে সকলো দিশৰ পৰাই সুুৰক্ষা প্ৰদান কৰি অহা বুলি দাবী কৰা শিৱসাগৰ পৌৰসভাৰ সকলো দম্ভ-অহংকাৰ দৰ্পচুৰ্ণ কৰি দিলে আজি নিশাৰ ভাগত অহা এজাক মুষলধাৰ বৰষুণে৷ নিশা সাত মান বজাৰ পৰা এঘন্টা ধৰি অব্যাহত থকা বৰষুণ জাকৰ ফলত শিৱসাগৰ চহৰৰ হৃদপিণ্ড স্বৰূপ দলমুখ চাৰিআলি সম্পুৰ্ণৰূপে পানীত বুৰ যায় ৷ চহৰ খনৰ…
Read More...