উত্তৰ গুৱাহাটী মহাবিদ্যালয়
উত্তৰ গুৱাহাটী শিক্ষিত লোকৰ ঠাই, বৌদ্ধিক প্রশস্তি ক্ষেত্র৷ এইখন ঠাইৰ পৰাই অসমৰ প্রথম স্নাতক (কলা), প্রথম অভিযান্ত্রিক স্নাতক, প্রথম চিকিৎসা বিজ্ঞানৰ স্নাতক, প্রথম আইনৰ স্নাতক, প্রথম ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া আৰু ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াৰ সৃষ্টি হৈছে৷ এনে এক ৰত্নপ্রসৱা ঠাইৰ পৰাই অসম সাহিত্য সভাৰ চাৰিগৰাকীকৈ সভাপতিৰো সৃষ্টি হৈছে৷ এই ৰত্নপ্রসৱা…
Read More...