মৃত্যু, মহামাৰী, লকডাউন ইত্যাদি…
জিতামণি ফুকন
ইংৰাজী সাহিত্যৰ ছাত্রী হিচাপে আৰু তাৰো আগতে সমাজ বিজ্ঞানত, পৃথিৱীৰ বুৰঞ্জীত ‘দ্য গ্রেট প্লেগ’ বা ‘দ্য ব্লেক ডেথ’ৰ বিষয়ে পঢ়িছিলোঁ৷ এছিয়া মহাদেশত উৎপত্তি হৈ গোটেই ইউৰোপীয় দেশকে ধৰি সমগ্র পৃথিৱীতে বিয়পি পৰিছিল সেই মহামাৰী প্লেগ৷ সমগ্র বিশ্বৰ পাঁচ ভাগৰ এক অংশ জীৱনৰ অৱসান ঘটাইছিল সেই মহামাৰীয়ে৷ গাৰ নোম শিয়ৰি উঠা পৰিসংখ্যা আৰু ইয়াৰ…
Read More...