ক’ৰোনা এফেক্টঃ ভোকাতুৰ বান্দৰৰ গেং ৱাৰ
মানৱৰ দর্প চূর্ণ কৰি সদম্ভে বিচৰণ কৰি থকা সংক্রমিত ভাইৰাছ ক’ভিড–১৯ৰ আন এক প্রভাৱ দৃশ্যমান হৈছে থাইলেণ্ড আৰু জাপানত৷ থাইলেণ্ডৰ ল’পবুৰি নামৰ ঠাইখনত অৱস্থিত ফ্রা প্রাং চাম য়ট মন্দিৰৰ কাহিনী এয়া৷ মন্দিৰটোত বহু বান্দৰৰ অৱস্থিতি বিদ্যমান৷ আৰু মন্দিৰটোলৈ আগমন ঘটা অসংখ্য পর্যটকে বিগত দিনসমূহত মন্দিৰৰ চাৰিওফালে বহি থকা এনে বান্দৰবোৰক আহাৰ যোগান ধৰাত পেটৰ…
Read More...