অক্লান্ত অন্নদাতা বাসৱনাপ্পা পাটিল
ভার্গৱ কলিতা
অন্নদাতাসকল সভ্যতাৰ চালিকাশক্তি যদিও তেওঁলোকৰ সাম্প্রতিক পৰিস্থিতি খুবেই পুতৌজনক৷ ভাৰতবর্ষৰ কথাই ধৰা যাওক, প্রতি দুই ঘণ্টাৰ মূৰে মূৰে এজন কৃষকে ভাৰতবর্ষত আত্মহত্যা কৰে৷ নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ৰ তথ্য মতে, ভাৰতত ১৯৯৫ চনৰ পৰা ২০১৩ চনৰ ভিতৰত ২,৯৬,৪৩৮জন কৃষকে, ২০১৪ চনত ৫,৬৫০ কৃষকে, ২০১৬ চনত ১১,৩৭৯ কৃষকে আত্মহত্যা কৰিছে৷…
Read More...