বাজেট ভাল দিন নাহিলে সংকট নামিব শাসকৰ
গাড়ী নির্মাণকাৰী উদ্যোগ এটাক ৰেহাইমূলক ব্যৱস্থাৰে উৎপাদন বৃদ্ধি কৰিবলৈ বা উৎপাদনৰ ধাৰা অব্যাহত ৰাখিবলৈ চৰকাৰে যিমানেই উদ্গনি নিদিওক কিয়, গাডী কিনিবলৈ যদি গ্রাহক নাথাকে, কোনো কোম্পানীয়ে টকা বিনিয়োগ কৰি সেই কাম নকৰে৷ অর্থাৎ কেৱল কর্প’ৰেট গোষ্ঠীক ৰেহাই দিলে দেশ এখনৰ অর্থনৈতিক মন্থৰতাৰ গতি শেষ হৈ নাযায়৷ গ্রাহকৰ খৰচ কৰিব পৰা ক্ষমতাও বাঢ়িব লাগিব৷ এইটো…
Read More...