বিশেষ লেখা : স্বাধীন ভাৰতৰ এক দীর্ঘদিনীয়া সপোন
শ্রীশ্রী ৰবি শংকৰ
পৃথিৱীৰ আটাইতকৈ প্রাচীন জীৱন্ত সভ্যতা আৰু আটাহতকৈ পুৰণি, বৃহত্তম আৰু আটাইতকৈ উজ্জীৱিত গণতন্ত্র ভাৰতৰ সপোন আছিল ‘সর্বভৱন্তু সুখীনঃ’– সকলোৱে সুখী আৰু সকলোৱে সমৃদ্ধ হোৱাৰ৷ বিগত ৯টা বছৰত ভাৰতে এহ দিশত গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰিছে৷ শক্তিশালী প্রশাসনিক দক্ষতা, জনসাধাৰণৰ অদম্য সমর্থন আৰু আধুনিক প্রযুক্তিৰ সৈতে এগৰাকী দৃঢ়মনা…
Read More...