ছুপ্রিম ক’ৰ্টৰ ৰায়ক আদৰণি : কাশ্মীৰ এতিয়া পূর্ণ বিকশিত ৰূপত উদ্ভাসিত হৈছে
🔹 নৰেন্দ্র মোদী, প্রধানমন্ত্রী
১১ ডিচেম্বৰত ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ে অনুচ্ছেদ ৩৭০ আৰু ৩৫(ক) বাতিল কৰাৰ বিষয়ত এক ঐতিহাসিক ৰায় প্রদান কৰে৷ এই ৰায়ৰ জৰিয়তে ন্যায়ালয়ে ভাৰতৰ সার্বভৌমত্ব আৰু অখণ্ডতাক বাহাল ৰাখিলে, যি কথা প্রতিগৰাকী ভাৰতীয়ই মনত পোষণ কৰি আহিছে৷ উচ্চতম ন্যায়ালয়ে সঠিকভাৱে লক্ষ্য কৰিছিল যে ৫ আগষ্ট ২০১৯ত চৰকাৰে গ্রহণ কৰা সিদ্ধান্তটো…
Read More...