বিশেষ লেখা : অসামাজিক মাধ্যম
শচীন গগৈ
অঞ্জলি শ্রীবাস্তৱক সহপাঠী হিচাপে পাইছিলোঁ তিনি বছৰমান পূর্বে আই আই এম কলিকতাত এক মেনেজমেণ্ট পাঠ্যক্রমত৷ পঞ্জাবৰ এটা গ্রাম্য পৰিৱেশত ডাঙৰ–দীঘল হোৱা অঞ্জলি আৰু তেওঁৰ স্বামী প্রাঞ্জলে মিলি নয়দাত ক’ডফায়াৰ টেকন’লজীছ প্রাইভেট লিমিটেড নামৰ এটা ছফটৱেৰ কোম্পানী চলাই আছে৷ পাঠ্যক্রমৰ অংশ হিচাপে এদিন অধ্যাপকে আমেৰিকাৰ M নামৰ বিশ্ববিখ্যাত কোম্পানীটোৰ…
Read More...