বিশেষ লেখাঃ শীতৰ অনুভৱ
শীতৰ দিনবোৰত জুহালৰ জুই কুৰাৰ কাষত বহি জুই সেকা, চোতালত বহি ৰ'দ পোওৱা আৰু নিহালিৰ ভিতৰত গা-ঢাকি শুই থকা অথবা গৰম গৰম চাহ-পকৰি খাই খাই আড্ডা পিতাৰ আমেজেই সুকীয়া । তাতে আকৌ গ্ৰীষ্মৰ উৎকট গৰমৰ বিপৰীতে শীতৰ কালছোৱাত প্ৰেমৰ অনভূতিবোৰো গাঢ় হৈ উঠে । অৱশ্যে জাৰৰ প্ৰচণ্ড প্ৰকোপত গাৰ নিহালিখনৰ সমান কি হ'ব পাৰে ?
পশ্চিমৰ বহু কবি-সাহিত্যিকে তেওঁলোকৰ ৰচনাত…
Read More...