বিশেষ লেখা : কৃষি বিজ্ঞানী এম এছ স্বামীনাথন
নৰেন্দ্র মোদী, প্রধানমন্ত্রী
কেইদিনমান পূর্বে আমি অধ্যাপক এম. এছ. স্বামীনাথনক হেৰুৱাইছোঁ৷ আমাৰ ৰাষ্ট্রই কৃষি বিজ্ঞানত বিপ্লৱ অনা এজন দূৰদর্শীক হেৰুৱালে, তেওঁ এগৰাকী শক্তিশালী ব্যক্তি, যাৰ ভাৰতলৈ অৱদান সদায় সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব৷ অধ্যাপক এম. এছ. স্বামীনাথনে ভাৰতক ভাল পাইছিল আৰু আমাৰ ৰাষ্ট্র তথা বিশেষকৈ আমাৰ কৃষকসকলে সমৃদ্ধিৰ জীৱন যাপন…
Read More...