মুক্তকন্ঠ : ৰাজনৈতিক প্রতিদ্বন্দ্বিতা
নগেন শইকীয়া
জন্মৰে পৰা মানুহে নিজৰ স্থিতিৰ বাবে বিভিন্ন বিষয়ৰ লগত প্রতিদ্বন্দ্বিতা কৰি আহিছে আৰু শেষ পর্যন্ত কৰি থাকিব লাগিব৷ প্রতিদ্বন্দ্বিতাৰ ডদ্দেশ্যই হ’ল প্রতিপক্ষক জয় কৰা৷ যুদ্ধক্ষেত্রত শৰীৰৰ শক্তি, মগজুৰ বুদ্ধি আৰু অস্ত্র চালনাৰ ক্ষমতা এই তিনিওটাই হ’ল দুয়োপক্ষৰ প্রত্যেকৰে মাজত থকা যুদ্ধ জয়ৰ গুৰুত্বপূর্ণ সমল৷ কিন্তু মানুহে গঢ়ি তোলা সভ্যতাই…
Read More...