ভাৰতৰ স্বাধীনতা : বিভীষিকাময় বিভাজনৰ কৰুণগাথা
🔹 অশোক সিংহল
বহু প্রতীক্ষিত স্বাধীনতা লাভৰ বিৰল মুহূর্তত, ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত উপমহাদেশৰ জনসাধাৰণ বিজয়–উল্লাসত আত্মহাৰা হৈ পৰিছিল৷ প্রায় দুই শতিকাজোৰা ব্রিটিছৰ ঔপনিৱেশিক শাসনকালৰ সেয়া আছিল পৰিসমাপ্তি৷ ১৭৫৭ চনৰ পলাশী যুদ্ধৰ পাছত ব্রিটিছে ভাৰতত খোপনি পোতাৰ পৰা আৰম্ভ কৰি ১৯৪৭ চনৰ স্বাধীনতালৈকে ভাৰতী আই ককবকাইছিল পৰাধীনতাৰ শিকলি ভাঙি উন্মুক্ত…
Read More...