শ্বেয়াৰেণ্টিং: ডিজিটেল তথ্যৰ ভাগ–বাটোৱাৰাৰ বিয়াগোম সাম্রাজ্য
প্রত্যেকৰে আলমাৰিৰ এটা ধূলিময় চুকত পৰি আছে চেপিয়া ৰঙৰ স্মৃতিৰ সংগ্রহালয়টো –য’ত থকা পৰিয়ালৰ ফটো এলবামটো হৈছে নষ্টালজিক অতীতৰ জীৱন্ত মূর্তি৷ আন আন সুন্দৰ মুহূর্তৰ লগতে ফটো এলবামটোত শৈশৱৰ কিছু অস্বস্তিকৰ ছবিও সন্নিৱিষ্ট হৈ আছে৷ ইণ্টাৰনেটৰ পূবৰ প্রজন্মৰ বাবে প্রাক–ইণ্টাৰনেট প্রজন্মৰ বাবে সুখৰ কথা এয়ে যে সেই জৰাজীর্ণ পোলাৰয়ড প্রিণ্টবোৰে দিনটোৰ পোহৰ খুব…
Read More...