মিচিং জনগোষ্ঠীয় ৰেচিপি-পেৰেত অয়িং
প্রণালী: মাটিমাহখিনি পানীত তিয়াই কোমল কৰি বাকলি গুচাই ধুই ল’ব৷ (মাহখিনিত অলপমান বাকলি থাকিবলৈ দিব) প্রেচাৰ কুকাৰত মাটিমাহখিনি দি তাতে দুগিলাচ পানী আৰু নিমখ এক চামুচ দি কুকাৰৰ ঢ়াকোনখন লগাই কুকাৰটো জুইৰ ওপৰত দিব৷ দুটা বা তিনিটা হুইচেল মাৰিলে কুকাৰটো জুইৰ ওপৰৰ পৰা নমাই ঠাণ্ডা হ’বলৈ দিব৷ গাহৰি মাংসখিনি ধুই ল’ব৷ চচপেন এটাত গাহৰি মাংস আৰু প্রয়োজনমতে পানী…
Read More...