ক’ভিড ৰোগীৰ বাবে প্রটিন কিমান প্ৰয়োজনীয়
শৰীৰত প্রটিনৰ মাত্ৰা কমি গ'লে ৰোগ প্রতিৰোধৰ ক্ষমতাও কমি যায়। শৰীৰৰ অত্যন্ত কার্যকৰী উপাদান ইমিউনোগ্লোবুলিনৰ পৰিমাণ হ্রাস পায়। ফলত ক'ভিড খুব সহজে দেহত সংক্ৰমিত হ'ব পাৰে। পুষ্টি কমিলে কেৱল কৰোনা নহয়, কৰোনা আৰু ইনফ্লুয়েঞ্জাৰ যৌথ সংস্কৰণ ফ্লুৰোনা সংক্রমণৰ আশংকাও বাঢ়ি যায়। সেয়ে কৰোণা আক্রান্ত হ'লে নিয়মিত খাদ্যাভ্যাসত প্রটিনসমৃদ্ধ খাদ্য ৰাখিবলৈ…
Read More...