‘মোৰ মুখখন বন্ধ, কাৰণ মই ঘোচ লৈছোঁ’
১৯৭৩ চনৰ কথা৷ সেই সময়ত তুৰস্কৰ চৰকাৰে কেইবাখনো ভাৰতীয় কিতাপ সেই দেশত নিষিদ্ধ কৰিছিল বুলি বাতৰি ওলাইছিল৷ নিষিদ্ধ কিতাপকেইখনৰ ভিতৰত হিন্দুসকলৰ সর্বশ্রেষ্ঠ ধর্মগ্রন্থ গীতা আৰু ড০ ৰাধাকৃষ্ণনৰ A Hindu View of life) নামৰ কিতাপ দুখনো আছিল৷ তুৰস্কত এই ভাৰতীয় কিতাপকেইখন নিষিদ্ধ হোৱাৰ ফলত স্বাভাৱিকতেই ভাৰতত প্রতিবাদৰ ধুমুহা উঠিছিল৷ সংসদত প্রশ্ণ উঠিছিল৷…
Read More...