লতা-আশাৰ সংগীতৰ উত্তৰাধিকাৰ কাৰ কান্ধত
লতা, ঊষা, আশা, মীনা আৰু হৃদয়নাথ— এই পাঁচ মংগেশকাৰ ভাই-ভনীৰ সুৱদী কণ্ঠই আজিও মুগ্ধ কৰি ৰাখিছে দেশ-বিদেশৰ সংগীতপ্রেমীৰ মন। লতা মংগেশকাৰক হেৰুওৱাৰ শোঁকত সকলোৱে ম্ৰিয়মান হৈ থকাৰ সময়ত এবাৰ চাওঁ আহক কাৰ হাতত আছে লতাৰ সাংগিতিক উত্তৰাধিকাৰ।
মংগেশকাৰ পৰিয়ালৰ দ্বিতীয় তথা তৃতীয় প্রজন্মৰ সদস্যৰ হাততেই থাকিব মংগেশকাৰ ভাই-ভনীৰ সাংগীতিক উত্তৰাধিকাৰ।হৃদয়নাথ…
Read More...