ছুইমিং পুলত স্নানৰ ভিডিঅ’, এইবাৰ নৃত্যৰ ভিডিঅ’ ভাইৰেল এইগৰাকী প্ৰাৰ্থীৰ
বিশেষ বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ উত্তৰ প্রদেশৰ আসন্ন বিধানসভা নির্বাচনৰ তেওঁ প্রার্থী। 'ওলে ওলে' গীতৰ তালত কঁকাল ভাঁজ দি ভাইৰেল হৈছে এইগৰাকী প্ৰাৰ্থী। ভাইৰেল ভিডিঅ'টিক লৈ বিৰোধীয়েও বাক্যশেল মাৰিছে। ‘ভাইৰেল’ সমাজবাদী পার্টীৰ এইগৰাকী প্রার্থী চন্দ্রাৱতী বর্মা।
চন্দ্রাৱতীয়ে উত্তৰ প্রদেশৰ ৰথ বিধানসভা সমষ্টিৰ পৰা ৰণত নামিছে। দুই বান্ধৱীৰ সৈতে ‘ইয়ে…
Read More...