ফখৰুদ্দিন আলী আহমেদৰ অপ্রকাশিত ডায়েৰী
১৯৩৭ চনত গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠিত অসমৰ মন্ত্রীসভাত যেতিয়া ফখৰুদ্দিন আলী আহমেদে মাত্র ৩৩ বছৰ বয়সতে বিত্তমন্ত্রী হিচাপে যোগ দিয়ে, তেতিয়া তেওঁ সমগ্র দেশৰ ভিতৰতে আছিল আটাইতকৈ কম বয়সীয়া মন্ত্রী৷ তাৰ পিছত সুদীর্ঘ কাল ৰাজনীতিত থাকি আৰু বিচিত্র অভিজ্ঞতা অর্জন কৰি অৱশেষত তেওঁ ৰাষ্ট্রৰ সর্বোচ্চ পদ ৰাষ্ট্রপতি হোৱাৰ সন্মান অর্জন কৰে৷ ৰাষ্ট্রপতি হৈ থকা…
Read More...