বিহু শিল্পী আৰু কিছু চিন্তা
চাওঁতে চাওঁতে আহি পালেহি অসমৰ বাপতিসাহোন ব’হাগৰ বিহু৷ যোৱাবাৰ ক’ভিড–১৯ মহামাৰীৰ প্রকোপত উদ্যাপন অবিহনেই পাৰ হৈছিল অসমীয়াৰ আপোন বিহুটি৷ এইবাৰো পৰিস্থিতি বৰ অনুকূল নহয়৷ ক’ভিড–১৯ পুনৰ বিহু উদ্যাপনৰ ক্ষেত্রত বাধা হৈ থিয় দিব নেকি, সেই কথা সময়লৈ ঠেলি আমি ব’হাগ বিহু উদ্যাপনৰ অন্য কেইখনমান ছবিৰ বিষয়েহে আলোচনা কৰিব খুজিছেছা৷
সিদিনা এজন বন্ধুৰ লগত কথা…
Read More...