বহুধাবিভক্ত বিৰোধী শিবিৰঃ এডভাণ্টেজ বিজেপি
এইবাৰ অসম বিধানসভা র্ন্বিাচন হুকেইটা দিশৰ পৰাই গুৰুত্বপূর্ণ৷ ২০১৬ চনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটক অসমৰ ৰাইজে চৰকাৰ গঠনৰ ােব র্ন্বিাচিত কৰিলে৷ প্রথম্বাৰৰ ােব ৰাষ্ট্রীয় দল বিজেপিয়ে অসমৰ শাসন ক্ষমতা গ্রহণ কৰ্বিলৈ সমর্থ হ’ল৷ বিগত পাঁচ ছৰত অসমৰ জনসাধাৰণে চৰকাৰখনৰ কাম–কাজ দেখিলে৷ এইখন চৰকাৰৰ দিনতেই ‘কা’বিৰোধী আন্দোলনে তীব্র ৰূপ ল’লে৷ তাৰ পৰিণতিত…
Read More...