এৰী কাপোৰ আৰু মুগা কাপোৰ
এৰী কাপোৰ আৰু মুগা কাপোৰৰ বাবে ঢকুৱাখনা প্রসিদ্ধ৷ চহৰৰ মানুহে এই দুবিধ কাপোৰ ভাল পায় আৰু কিনিবলৈ বিচাৰে৷
এৰী আৰু মুগাৰ কাপোৰ তাঁতশালত বৈ উলিওৱা হৈছিল৷ এসময়ত ঢ়কুৱাখনাৰ ঘৰে ঘৰে একোখনকৈ তাঁতশাল আছিল৷ এঘৰত কেইবাগৰাকী বোৱনী থাকিলে গাইপতি একোখন শাল আছিলেই৷ জাৰকালি আহিলেই এৰী কাপোৰৰ চাহিদা বেছি হৈছিল৷ প্রশ্ন হয় এৰী সূতানো ক’ৰ পৰা পাইছিল? এৰী পলুৰ পৰা এৰী…
Read More...