আশাত চেঁচাপানী ঢালি পাকিস্তানলৈ নোযোৱাৰ সিদ্ধান্ত টীম ইণ্ডিয়াৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ চেম্পিয়নছ ট্ৰফী ২০২৫ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডক ডাঙৰ আঘাত দিলে টীম ইণ্ডিয়াই। এক খবৰ অনুসৰি ভাৰতীয় দলটোৱে চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ নাযায়। ডুবাইত খেলিব পাৰিব টীম ইণ্ডিয়াই। অৱশ্যে ইয়াৰ আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই। প্ৰতিবেদন অনুসৰি ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ…
Read More...