ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতক পৰাস্ত কৰাটো সহজ নহয়
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত শোচনীয়ভাৱে পৰাস্ত হৈছে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়া৷ অষ্ট্রেলিয়াৰ দুই প্রাক্তন ক্রিকেটাৰ আডাম গিলখ্রীষ্ট আৰু ডেভিদ ৱার্নাৰে অনুভৱ কৰিছে যে এই পৰাজয়ে আগন্তুক ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীত ভাৰতীয় দলটোক নিশ্চিতভাৱে প্রভাৱিত কৰিব৷ কিন্তু ভাৰতক সহজভাৱে লোৱাটো ভুল হ’ব৷ গৃহভূমিত…
Read More...