ইউএছ অ’পেনৰ পৰা বাহিৰ ডিফেণ্ডিং চেম্পিয়ন ন’ভাক জ’কভিচ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ আগষ্টঃ ২০২৪ চনৰ ইউ এছ অ’পেনত ডিফেণ্ডিং চেম্পিয়ন ন’ভাক জ’কভিচে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। তৃতীয় ৰাউণ্ডত তেওঁ ইউ এছ অ’পেনৰ পৰা বাহিৰ হয়। জ’কভিচৰ পৰাজয় হয় এলেক্সী পপিৰিনৰ হাতত। ইউ এছ অ’পেনৰ এইটোৱেই আছিল দ্বিতীয়টো ডাঙৰ ঘটনা। ইয়াৰ পূৰ্বে স্পেনিছ তাৰকা কাৰ্লোছ আলকাৰাজো প্ৰতিযোগিতাখনৰ তৃতীয় ৰাউণ্ডৰ পৰা আঁতৰি…
Read More...