ইউটিউবত চেনেল মুকলিৰ ৯০ মিনিটতে ১০ লাখ অনুৰাগী
🔹 'ইউ আৰ ক্রিষ্টিয়ানো' : অভিলেখ গঢ়িলে ৰ’নাল্ডোৱে
নিউজ ডেস্ক, ২৩ আগষ্ট : দুভৰিৰ যাদুৰে হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হোৱা পর্তুগালৰ জনপ্রিয় ফুটবল খেলুৱৈ ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে ইডটিউবতো জনপ্রিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ ফুটবলাৰগৰাকীয়ে নিজৰ নামত মুকলি কৰা ইডটিউব চেনেলটোৱে মুকলিৰ ৯০ মিনিটৰ ভিতৰতে গঢ়ে অভিলেখ৷ প্রায় ১ মিলিয়ন অর্থাৎ ১০ লাখ…
Read More...