দ্য হানড্ৰেড লীগত ৰছিদ খানৰ বলত পোলাৰ্ডৰ ৫ বলত ৫টা ছিক্স
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ আগষ্টঃ আজি দ্য হাণ্ড্ৰেড লীগত মুখামুখি হৈছিল চাউদাৰ্ন ব্ৰেভ আৰু ট্ৰেণ্ট ৰকেটছৰ দল। এই খেলখনত চাউদাৰ্ন ব্ৰেভে ট্ৰেণ্ট ৰকেটছক ২ উইকেটত পৰাস্ত কৰে। কায়ৰন পোলাৰ্ড আছিল চাউদাৰ্ন ব্ৰেভৰ জয়ৰ নায়ক। কায়ৰন পোলাৰ্ডে ২৩টা বলত ৪৫ ৰানৰ ইনিংছ খেলিছিল। তেওঁ নিজৰ ইনিংছত ২টা চাৰি আৰু ৫টা ছয় মাৰে। এই সময়ছোৱাত কায়ৰন পোলাৰ্ডে ৰছিদ খানৰ…
Read More...