বিলাসীপাৰাত টি-২০ ক্ৰিকেটত লক্ষীগঞ্জৰ খিতাপ অৰ্জন
নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰী : বিলাসীপাৰাত জয়নাল আবেদিন মেমোৰিয়েল প্ৰাইজমানী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত ছানৰাইজ ক্লাব, লক্ষীগঞ্জে চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। স্থানীয় ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় জয়নাল আবেদিন মেমৰিয়েল টি-২০ ক্ৰিকেট প্ৰতিযোগিতা । গল্ডেন বিয়াৰ এন জি অ"ৰ উদ্যোগত অনুষ্ঠিত…
Read More...