ভাৰতৰ তন্ময়ৰ বিশ্বাভিলেখ : প্রথম শ্রেণীৰ ক্রিকেটত দ্রুত ত্রিশতক
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জানুৱাৰীঃ ভাৰতৰ প্রতিভাৱান বেটাৰ তন্ময় আগৰৱালাই বিশ্ব অভিলেখ গঢ়িলে৷ প্রথম শ্রেণীৰ ক্রিকেটত দ্রুতগতিত ত্রিশতক অর্জন কৰি বিশ্ব অভিলেখটো গঢ়ে হায়দৰাবাদৰ বেটাৰগৰাকীয়ে৷ চলিত ছিজনৰ ৰঞ্জি ট্রফীৰ অৰুণাচলৰ বিপক্ষে খেলা মেচখনত হায়দৰাবাদক প্রতিনিধিত্ব কৰা তন্ময় আগৰৱালাই মাত্র ১৪৭টা বলত ত্রিশতক অর্জন কৰে আৰু প্রথম শ্রেণীৰ ক্রিকেটত…
Read More...