নাহৰকটীয়াত ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন তৰংগ গগৈৰ
বিশেষ বাৰ্তা, ২১ ডিচেম্বৰ : নাহৰকটীয়া চহৰৰ সমীপৰ নগাঁওঁ তিনিআলিত আজি এক অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰা হয়।অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদিপ কোঁৱৰৰ উপস্থিতিত অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে এই ক্ৰিকেট ষ্টেডিয়াম তথা খেলপথাৰৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ২ কোটি টকা ব্যয়ৰে ২৫ বিঘা ভূমি সামৰি নিৰ্মাণ হবলগীয়া…
Read More...