হার্দিক পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছৰ নতুন অধিনায়ক
বিশেষ বাৰ্তা, ১৫ ডিচেম্বৰ : মুম্বাই ইণ্ডিয়ানছৰ নতুন অধিনায়ক হ’ল হার্দিক পাণ্ডিয়া৷ পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে শুকুৰবাৰে ঘোষণা কৰে যে ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ আগন্তুক ছিজনৰ বাবে অধিনায়কৰ দায়িত্ব ল’ব হার্দিক পাণ্ডিয়াই৷ ফ্রেনছাইজীটোক পাঁচটাকৈ আইপিএলৰ খিতাপৰ সোৱাদ দিয়া সফল অধিনায়ক ৰোহিত শর্মাৰ স্থানত হার্দিকক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে৷…
Read More...