বিৰাটবিহীন সমাগত টি-২০ বিশ্বকাপ!
বিশেষ বাৰ্তা, ৯ ডিচেম্বৰঃ টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিক অহাবছৰ হ’বলগীয়া টি–২০ বিশ্বকাপত দেখা নাযাব নেকি? শেহতীয়া এক ঘটনাই এনে আশংকাৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, আগন্তুক টি–২০ বিশ্বকাপত বিৰাট কোহলিক বিচৰা নাই নির্বাচক মণ্ডলীয়ে৷ কোহলিৰ স্থানত এগৰাকী যুৱ ক্রিকেটাৰক বাছনি কৰা হৈছে৷ সেয়েহে বিশ্বকাপত কোহলিৰ অংশগ্রহণক লৈ অনিশ্চয়তা আহি পৰিছে৷…
Read More...