অসমৰ বিৰুদ্ধে ষডযন্ত্র: কোকৰাঝাৰ এছ–টি–চিত ফুটবল নাথাকিব
নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিল: ভাৰতীয় ক্রীডা প্রাধিকৰণ (ছাই)–এ শেহতীয়াকৈ জাৰি কৰা এখন জাননীমর্মে কোকৰাঝাৰত থকা এছ–টি–চিৰ পৰা ফুটবল আৰু কাবাদী ইভেণ্ট কর্তন কৰিব খোজা হৈছে৷ উঠাই দিয়া হৈছে ছোৱালীৰ টাইকোৱানড’ ইভেণ্ট৷ সেইদৰে লখিমপুৰৰ সলালগাঁৱত ২০২১ চনত মুকলি কৰা স্প’টছ ট্ৰেইনিং চেণ্টাৰটোৰ পৰাও ফুটবল আৰু বক্সিং ইভেণ্ট দুটা আঁতৰোৱা হ’ব বুলি জাননী জাৰি কৰা…
Read More...