আজি জীৱনৰ অর্ধশতকত ভৰি দিলে ক্রিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে
নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: ক্রিকেটৰ কিংবদন্তি শচীন তেণ্ডুলকাৰৰ আজি জন্ম দিন৷ অন্য সকলো জন্মদিনতকৈ এইবাৰৰ জন্মদিন সুকীয়া৷ কাৰণ এইবাৰ তেওঁ ৫০ বছৰ পূর্ণ কৰিব৷ খেলপথাৰৰ বাহিৰতো অর্ধ শতক হ’ব শচীনৰ৷ ইয়াৰ পূর্বে কালি মুম্বাই ইণ্ডিয়ানছ বনাম পঞ্জাব কিংছৰ মেচখনলৈ আহি আৱেগত আপ্লুত হৈ পৰে মাষ্টাৰ ব্লাষ্টাৰ৷ মেচখনৰ মাজতে কেক কাটি আগতীয়া জন্মদিন উদযাপন কৰে…
Read More...