জিম্বাব’ৱেৰ হাতত পৰাজয়ৰ পিছতে গৃহযুদ্ধ পাক ক্রিকেটত: কাঠগৰাত অধিনায়ক বাবৰ–প্রশাসক ৰামিজ
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: জিম্বাব’ৱেৰ হাতত লজ্জাজনক পৰাজয়ৰ পিছতে পাকিস্তান ক্রিকেটত আৰম্ভ হৈছে গৃহযুদ্ধ৷ টি–২০ ক্রিকেটৰ বিশ্বকাপত এই পর্যন্ত খেলা দুয়োখন মেচতে পৰাজিত হৈছে পাকিস্তান৷ ভাৰতৰ পিছত দুর্বল প্রতিপক্ষ জিম্বাব’ৱেৰ বিপক্ষেও জয়লাভ কৰিব নোৱাৰিলে বাবৰ আজমৰ দলটোৱে৷ ইয়াৰ ফলত দলৰ অধিনায়ক আৰু প্রশাসকসকলকে কাঠগৰাত তুলিছে দেশখনৰ প্রাক্তন…
Read More...