কমিছে নেকি যৌন শক্তি? পিঁয়াজে আনিব পাৰে সন্তুলন
নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ আজিৰ ব্যস্ত জীৱনশৈলী, অনিয়মীয়া বা অনিয়ন্ত্ৰিত আহাৰ আৰু অত্যধিক চাপে মানুহৰ যৌন জীৱনক প্ৰভাৱিত কৰিছে। বহু লোকৰ চিন্তা হৈছে এই সমস্যাক লৈ। আনহাতে শাৰীৰিক সম্পৰ্ক বা যৌন জীৱনক অৱহেলাও কৰিব নোৱাৰি।
আনহাতে দেখা যায় যে বহু লোক বয়সৰ বাবে যৌন সম্ভোগ কৰিবলৈ অনিচ্ছুক হৈ যায়। বয়সৰ লগতে নানা বেমাৰৰ কাৰণেও যৌন ক্ষমতা কমি যায়। এনে…
Read More...