সুস্বাস্থ্য বৰ্তাই ৰাখিব বিচাৰে নেকি, তেন্তে শীত কালত কৰিব নালাগে এনে ৫টা ভুল
নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ ক'ৰোনাৰ বাবে গ্ৰীষ্মকাল কিদৰে অতিবাহিত হ'ল, গমেই যেন পোৱা নগ'ল। এতিয়া আহিছে শীত। শীতৰ প্ৰাৰম্ভতে সাৱধানবাণী শুনোৱা হৈছে ক'ৰোনাক লৈও। ইউৰোপৰ বহু দেশত ক'ৰোনাৰ বাবে অনা হৈছে সজাগতা। আমাৰ দেশ ভাৰততো শীতৰ সময়ত দিল্লী, মহাৰাষ্ট্ৰ, কেৰালা আদি দুই এখন ৰাজ্যত ক'ৰোনাৰ প্ৰকোপ পুনৰ আৰম্ভ হ'বলৈ ধৰিছে। এনে অৱস্থাত শীতক লৈ সাৱধানে থকাৰ…
Read More...