মহাকাশত ভাৰতৰ নতুন দূত ‘জিএছএটি–৩০’
দেশৰ টেলী সংযোগ ব্যৱস্থাক অধিক উন্নত কৰিবলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে মহাকাশলৈ এটা নতুন কৃত্রিম উপগ্রহ প্রেৰণ কৰিলে৷ যোৱা ১৬ জানুৱাৰীত ভাৰতীয় সময়মতে নিশা ২.৩৫ মিনিটত ফ্রান্স গোয়ানাৰ পৰা এৰিয়ান–৫ ৰকেটযোগে ‘জিএছএটি–৩০’ নামৰ এই উপগ্রহটো মহাকাশলৈ উৎক্ষেপণ কৰা হয়৷ এই একেটা ৰকেটতে এটা ইউৰোপিয়ান কৃত্রিম উপগ্রহো মহাকাশলৈ পঠিওৱা হয়৷ মহাকাশত…
Read More...