ইছৰোৰ প্রথম সূর্য অভিযানৰ প্রস্তুতি
দীপক কুমাৰ দাস
মহাকাশৰ মহাজাগতিক পৰিঘটনাৰ ৰহস্য উদ্ঘাটন কৰিবলৈ বিজ্ঞানীসকলে নিৰৱচ্ছিন্নভাৱে গৱেষণা–অধ্যয়ন চলাই আছে৷ মহাকাশক লৈ গৱেষণা–ধ্যয়ন আৰম্ভ হোৱাৰ পিছৰে পৰাই নিত্য নতুন তথ্য পোহৰলৈ আনিবলৈ সক্ষম হোৱা অনুসন্ধিৎসু বিজ্ঞানীসকলে মহাকাশৰ ৰহস্য যেন এতিয়াও আয়ত্ত কৰিবলৈ বহুযোজন দূৰতেই আছে৷ নিত্য নতুন তথ্য উদ্ভাৱনৰ পিছত আকৌ নতুন তথ্যৰ সন্ধানত…
Read More...