Hashtag টেগ কি? ছ’চিয়েল মিডিয়াত যেতিয়াই কোনোবাই পোষ্ট কৰে তেতিয়াই # কিয় ব্যৱহাৰ কৰে?
আজিকালি সকলোৱে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে। আপুনি ছ'চিয়েল মিডিয়াৰ পোষ্টত # (Hashtag) টেগ লিখা হয়টো দেখিছে। এইটো দেখি নিশ্চয় আপোনাৰ মনত এটা প্ৰশ্ন আহে যে এই হেচটেগটো নো প্ৰকৃততে কি? মানুহে পোষ্টত হেচটেগ কিয় ব্যৱহাৰ কৰে? ইয়াক ব্যৱহাৰ কৰিলে কি কি লাভ হয়?
যদি আপুনি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ নাজানে, তেন্তে আহক জানো এইবিষয়ে...
হেচটেগ (Hashtag)…
Read More...