হঠাতে চাহিদা বৃদ্ধি পাইছে এই বৈদ্যুতিক স্কুটাৰৰ, এবাৰ চাৰ্জ দিলে যায় ৯৫ কিলোমিটাৰ
এফালে কোভিড-১৯ৰ লকডাউন। আনহাতে, পেট্ৰ'লৰ মূল্য আকাশচুম্বী। যাৰবাবে প্ৰভাৱ পৰিছে বাহন নিৰ্মাতা কোম্পানীসমূহৰ। বেছিভাগ কোম্পানীৰ বাহন বিক্ৰীত কিছু পৰিমাণে হ্ৰাস পাইছে। কিন্তু ব্যতিক্ৰম হৈছে বাজাজ চেতক। যোৱা এপ্ৰিলত এই বৈদ্যুতিক স্কুটাৰৰ বিক্ৰী বৃদ্ধি পাইছিল।
বাজাজ চেতক ইলেক্ট্ৰিক স্কুটাৰ এপ্ৰিল মাহত মুঠ ৫১০ ইউনিট বিক্ৰী হৈছিল। একেদৰে, টিভিএছে…
Read More...