বুকিং আৰম্ভ হৈছে Honda CB350RS, প্ৰাৰম্ভিক মূল্য কিমান জানেনে ?
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ এইবাৰ দেশৰ বজাৰ কপাবলৈ আহি আছে Honda CB350RS। সম্প্রতি এক ঘোষণাত এই কথা জনালে Honda Motorcycle and Scooter India (HMSI)। এই ক্ষেত্ৰত মটৰচাইকেলখনৰ মূল্য ১.৯৬ লাখ টকাৰ পৰা আৰম্ভ হৈছে। বাজাৰলৈ আহিয়ে ৰেচিং বাইকসমূহক টক্কৰ দিবলৈ একপ্ৰকাৰ সাজু নতুন এই Honda CB350RS।
ব্লেক আউট ডিজাইন থিমটো বাইকচাইড পেনেল, সন্মুখ আৰু ৰিয়াৰ…
Read More...