পাঁচ লাখ ৪৫ হাজাৰৰ পৰা আকর্ষণীয় ৰেন’ল্ট কাইগৰ
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ একেবাৰে নতুন ৰূপত তথা অদ্বিতীয় আবিষ্কাৰৰ প্রতিশ্রুতি পূৰণ কৰি ৰেন’ল্টে ১৫ ফেব্রুৱাৰীত একেবাৰে নতুন কাৰ ৰেন’ল্ট কাইগৰৰ মূল্য নির্ধাৰণৰ ঘোষণা কৰে৷ এতিয়া ইয়াৰ মূল্য (এক্স শ্ব’ৰূম) পাঁচ লাখ ৪৫ হাজাৰ টকাৰ পৰা আৰম্ভ হৈছে৷ এনেধৰণৰ অতুলনীয় মূল্য নির্ধাৰণৰ লগতে ৰেন’ল্ট কাইগৰ নিশ্চিতভাৱে বি এছ ইফ ভি ছেগমেণ্টত গতিশীলতা আনিবলৈ…
Read More...